সোঁৱৰণি- জিতেন দাস

©Admin
0
কথা আছিল তোমাৰ 
সৌ দূৰ আকাশৰ ওচৰলৈ।
কিন্তু তুমি থমকি ৰৈ দিলা।
হয়তো নতুন আশা কৰিছিলা
কিজানি বিধাতাই বিচৰা নাছিল।
পিছলৈ ঘুৰি চাওঁতে বুজি উঠিছিলো
মোৰ হৃদয়ৰ বান্ধ চিঙি যাব খুজিছা
তোমাক মোৰ প্ৰেম বান্ধোনৰ
পৰা সেই দিনাই মুক্তি দিছো
যোৱা সৌ দূৰলৈ চোৱা
বিধাতাই তোমাৰ বাবে 
ৰখাই থৈছে কাৰোবাক।
মুক্তভাৱে যাব পাৰা।
মোৰ আজন্ম প্ৰেম তোমাৰ
হৈ ৰওক।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)