দানৱ ৰূপী পুত্ৰ-কন্যা•• কংকন ডেকা

Rinku Rajowar
0
মাতৃ বিচনাত গেলি গʼল 
চাবলৈ পুত্ৰ কন্যাৰ সময় নহʼল।
মাতৃয়ে তুলিলে পুত্ৰ কন্যাক 
মৰণ কালত সাৰথি হ'ব বুলি, 
কিন্তু পুত্ৰ কন্যাৰ অবহেলাত
মাতৃৰ হ'ল এনে দশা..
সঁচাকৈ তোমালোক বাৰু 
দানৱ নে মানৱ ??

উচ্চ শিক্ষাৰে শিক্ষিত হৈ
মুখত ইংৰাজী ফুটাই কথা 
কলেই মানৱ নুবুজাই হে দাৱনৰূপী পুত্ৰ-কন্যা।
আগতে নৈতিক শিক্ষাৰে শিক্ষিত হৈ নিজ পিতৃ -মাতৃক
আদৰ সন্মান কৰিব শিকা
হে দানৱ ৰূপী পুত্ৰ কন্যা।

হে দানৱ ৰূপী পুত্ৰ-কন্যা 
নিজ মাতৃক কৰিলা অৱহেলা আৰু কৰিলা এনে দশা...
চাবা এদিন তোমালোকো হ'বা 
অৱহেলিত তেতিয়া বুজিবা 
ইয়াৰ অৰ্থ. ....!!

কবি:- কংকন ডেকা 
বৰুৱাজানী,কামৰূপ 
                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)