ADRE পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ অসম সম্পৰ্কীয় কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
⚫অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত ?
➖গোৱালপাৰা

⚫অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?
➖নলবাৰী

⚫অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে ?
➖যোৰহাট

⚫অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?
➖ ৪ টা ভাগত 

⚫অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
➖২ খন 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)