তুমি মোৰ জীৱন যুদ্ধৰ অনন্ত প্ৰহৰী,
তুমি মোৰ প্ৰতিটো খোজৰ
প্ৰতিটো সময়ৰ জীৱনৰ প্ৰেৰণা,
তুমি মোৰ মৰমৰ অমূল্য বাসনা ।
যেতিয়া মই
তোমাৰ শান্ত মুখলৈ চাওঁ,
শত কৌটি প্ৰণাম কৰি ঈশ্বৰক কওঁ
প্ৰতিটো জনমে জনমে তোমাকে যেন,
মাতৃ ৰূপে পাওঁ
মা, মাতৃ ৰূপে পাওঁ ।
🕳️মোস্তাকিন শ্বেখ (নিয়ৰ)
আজাদনগৰ, নগাঁও, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ