বেয়াও পাওঁ।
নিজেই নিজৰ লগত কথা পাতো,
কেতিয়াবা হাঁহো আৰু
কেতিয়াবা কান্দো।
কথাবোৰ কোনেও নাজানে,
সকলো মনৰ মাজত গোপনেই থাকি যায়।
নিসংগতাত নে নিৰ্জনতাত,
ক'ত হেৰোৱালো নিজক
ক'ব নোৱাৰো।
জন অৰণ্যত নিসংগ মই,
নিজেই নিজক বিচাৰি ফুৰোঁ
দিনে- নিশাই ।
দূৰ দিগন্তত দুহাত মেলি,
বিলীন হৈ যাব বিচাৰোঁ
এন্ধাৰৰ মাজত ছাঁটো হৈ ।।
✍️প্ৰাণজিৎ দাস
অঞ্চলী, বাক্সা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ