আজি ভাৰতীয় উৎসৱ দিপাৱলী বা দ্বীপান্বিতা ।প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়।এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ , বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে। দীপাৱলীৰ সময়ত মানুহে ধনৰ দেৱী লক্ষ্মী আৰু বাধা আঁতৰোৱা ভগৱান গণেশক প্ৰাৰ্থনা কৰে।
দীপাৱলীৰ পালনৰ কেইবাটাও আখ্যান পোৱা যায়।ৰামায়ণত উল্লেখ থকা ম'তে ৰাক্ষস ৰাজ লংকাধিপতি দশানক বধ কৰি অযোধ্যালৈ উভতি আঁহোতে অযোধ্যাৰ প্ৰজাসকলে পদূলিয়ে পদূলিয়ে বন্তি জ্বলাই আনন্দেৰে ৰামচন্দ্ৰক আদৰণি জনাইছিল আৰু তেতিয়াৰ পৰা সেই দিনটোত দীপান্বিতা পালন কৰা হয়।
প্ৰথম অসমীয়া দৈনিক ৱেবআলোচনী"অসমীয়া সাহিত্যৰ চানেকি"য়ে অসমীয়া ভাষা-সাহিত্যক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ লগতে অসমীয়া সাহিত্যৰ চৰ্চা , প্ৰচাৰৰ লগতে সংৰক্ষণৰ উদ্দেশ্যই আলোচনীখনে সফলতাৰে তিনিবছৰ ১০মাহ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । এনেদৰে আগলৈও আপোনালোকে আলোচনীখনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আগুৱাই নিয়াত সহায় কৰিব বুলি আশা ৰাখিলোঁ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ