সাধাৰণ জ্ঞান - কুইজ

©Admin
0

১/অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?
উত্তৰ - ধুবুৰী।
২/ অসমৰ জলপথত প্ৰথম জাহাজ সেৱা  কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ - ১৮৪৭ ।
৩/অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উত্তৰ - দেৰগাঁও।
৪/অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?
উত্তৰ -১৯২০ চনত।
৫/সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?
উত্তৰ -২০০০ চনত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)