২৩ নৱেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
২৩ নৱেম্বৰ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩২৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৯৯০ চনত দিল্লীত কমনৱেলথ শীৰ্ষ সন্মিলন আৰম্ভ।
২/ আজিৰ দিনটোতে ১৯৯১ চনত দক্ষিণ পূব এছিয়াৰ দেশ কাস্পুচিয়াৰ নাম সলনি কৰি কম্বোডিয়া।
৩/ আজিৰ দিনটোতে ১৮০৪  আমেৰিকাৰ ১৪ সংখ্যক ৰাষ্ট্ৰপতি ফ্ৰেঙ্কলিন পিয়েৰছৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯২৬ চনত ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু সত্য সাই বাবাৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৩৭ চনত ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৮২  চনত ভাৰতীয় সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)