সময়••জোনমণি ৰয়

Unknown
0
হে সময় তুমি যে হৈছা 
ইমান গতিশীল
 যি, 
গতিশীলতাই দিয়ে আমাক
সকলোকে এক বিশেষ আহ্বান ।
যি আহ্বানত থাকে সময়ৰ এক বিশেষ তৎপৰতাৰ কথা।
যি সময়ে সকলোকে শিকায় ,
সময়ৰ শৰ সময়ত নামাৰিলে
যি পাবা জীৱনত এক বিশেষ 
অমধুৰতাময় দিশৰ সন্ধান।
সময় তই যে বৰ নিষ্ঠুৰ 
তই কাৰো বাবে নাথাক' ৰৈ।
সময় তই হৈছ' চলন্ত 
 গতিত একেৰাহে বৈ থকা   
  সেই  নদীখনৰ স্বৰূপ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)