দেশৰ সন্তানসকল নামি আহিছে
আই তোমাক ৰক্ষা কৰিবলৈ।
এইবোৰ তোমাৰে সন্তান
সেয়ে জননী তুমি জাগি উঠা,
তোমাক ৰক্ষা কৰিবলৈ
সশস্ত্ৰ সৈনিকে নামি আহিছে
সেয়ে তুমি জাগি উঠা ,
টোপনি মাৰি নাথাকিবা।
নহ'লে দেশখন যাব ৰসাতলে
তোমাক ৰক্ষা কৰিবলৈ তোমাৰ সন্তানসকল নামি আহিছে ।
✍️ হিয়া তালুকদাৰ
ঘৰঃটিহু
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ