২৭ নৱেম্বৰ •• ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
📌১৮৯৫ চনৰ আজিৰ দিনটোতে আলফেড নোবেলে উইল ৰচনা কৰে। এই উইলৰ জৰিয়েত নোবেলে তেওঁৰ সঞ্চিত সকলো ধন পাঁচটা ক্ষেত্ৰৰ শ্ৰেষ্ঠ অৱদানৰ বাবে পুৰস্কাৰ প্ৰদানৰ অৰ্থে দান কৰে।

📌২০০১ চনৰ আজিৰ দিনটোতে ঘনকান্ত বৰবায়ন আৰু গিৰিশ চৌধুৰীলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হয়।

📌২০০৪ চনৰ আজিৰ দিনটোতে গুৱাহাটীত শিৱপ্ৰসাদ বৰুৱাক কমলকুমাৰী ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)