ADRE 0.2 প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

@admin
0
১) পৃথিৱীৰ উচ্চতম ঘৰ বা বিল্ডিং কোনটো আৰু ক'ত অৱস্থিত?

উত্তৰঃ বাৰ্জ ডেবাই ( উচ্চতা ৫১২.১ মিটাৰ ২৯.০২৮ ফুট )।    
                                  
২) বিশ্বৰ উচ্চতম অফিচভৱন ক'ত আছে?

উত্তৰঃ পেট্ৰনছ টুিন টাৱাৰচ ( মালেয়েছিয়া )। 

৩) বিশ্বৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কোনটো?

উত্তৰঃ এণ্ডিজ ( দঃ আমেৰিতা ) । 

৪) বিশ্বৰ দীৰ্ঘতম বন্ধ ?

উত্তৰঃ হীৰাকুন্দ ( মহানদী.ভাৰত )। 

৫) বাশবৰ উচ্চতম আগ্নেগিৰি কোনটো?

উত্তৰঃ কটোপাক্সি ( এণ্ডিজ পৰ্বত)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)