উত্তৰঃ বাৰ্জ ডেবাই ( উচ্চতা ৫১২.১ মিটাৰ ২৯.০২৮ ফুট )।
২) বিশ্বৰ উচ্চতম অফিচভৱন ক'ত আছে?
উত্তৰঃ পেট্ৰনছ টুিন টাৱাৰচ ( মালেয়েছিয়া )।
৩) বিশ্বৰ দীৰ্ঘতম পৰ্বত শ্ৰেণী কোনটো?
উত্তৰঃ এণ্ডিজ ( দঃ আমেৰিতা ) ।
৪) বিশ্বৰ দীৰ্ঘতম বন্ধ ?
উত্তৰঃ হীৰাকুন্দ ( মহানদী.ভাৰত )।
৫) বাশবৰ উচ্চতম আগ্নেগিৰি কোনটো?
উত্তৰঃ কটোপাক্সি ( এণ্ডিজ পৰ্বত)।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ