ADRE পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ

Rinku Rajowar
0
(১) কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: ৰঘূদেৱ
(২) দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
উত্তৰ: ১৯৩১ চনত
(৩) অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
উত্তৰ: ২ খন
(৪) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৫ জানুৱাৰী
(৫) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা ?
উত্তৰ: বৰাইল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)