আহ্বান-পিংকি শৰ্মা

©Admin
0
শব্দৰ মায়াৰে গঢ়া সপোনৰ শেতেলীত শুই শুই
সাৰ পায়ো আমি আজি ধোদৰ পছলা।
খিৰিকী শিপাৰে দেখা মুকুতিৰ আবেলিত
ৰান্ধনি বেলিয়ে আজি নাই হ'বলা।।
বৰ অসমৰ খনিকৰ গুৰু শ্ৰীমম্ত শঙ্কৰৰ লৰিব ধৰিছে আজি ধৰ্মৰ ভেঁটি।
জাতিটো, ভেটিটো আমি ৰুচিমতে ভগাই
নিজে পোতা খুটিত আজি খাইছো উজুটি।
গুৰু তুমি ঘূৰি আহা আমাৰ মাজলৈ।
ৰাজহাড় ভগা জাতিটোক আকৌ জোৰা দিবলৈ।।

                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)