অণুগল্প~ হাৰাম যৌতুক•মুহাম্মাদ আফজাল

Rinku Rajowar
0
বহুতেই মোৰ ভণ্টীৰ বিয়াৰ কথা সোধে। বোলে, ছোৱালীজনীৰ নিজৰ চাকৰিটো থাকোঁতেও সময় মতে বিয়াখন পাতি নিদিওঁ কিয়?
আচলতে আমি পছন্দ কৰা চিনাকি দৰাজনৰ পৰিয়ালৰ পৰা যৌতুকৰ কথা শুনিয়ে ভণ্টীয়ে একে মুখে বিয়ালৈ পিঠি দিলে।
ধৰ্মতকৈ বিয়া ডাঙৰ নহয়। যৌতুক দি বিয়া হৈ ধৰ্মৰ বিৰুদ্ধে যাব নোৱাৰোঁ। --- তাই একে মুখে কৈ দিছে।
এতিয়া চাকৰিয়াল ভণ্টীৰ সিদ্ধান্তক ছালাম জনাই তাই নিজে পছন্দ কৰা ল'ৰালৈকে বিয়া দিম বুলি ভাবিছোঁ।

◾মুহাম্মাদ আফজাল
ঠিকনাঃ মৈৰাবাৰী (কলেজ ৰোড), মৰিগাঁও। 
ভ্ৰাম্যভাষঃ ৯৫০৮১-৫৩৮০২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)