উত্তৰ:- পাৰুল দাস।
২/অসমত কলা আৰু বোবা সকলৰ বাবে বিদ্যালয় কোন ঠাইত আছে?
উত্তৰ:- গুৱাহাটীৰ কাহিলীপাৰাত আছে।
৩/বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল?
উত্তৰ:- পুবেৰুণ।
৪/চামেলি মেমচাব কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল?
উত্তৰ:- ১৯৭৫ চনত।
৫/অসমৰ প্ৰথম কোনজন ব্যক্তিয়ে লণ্ডন বিশ্ববিদ্যালয়ত ডি লিৰ্ট উপাধি লাভ কৰিছিল?
উত্তৰ:- ড॰ সূৰ্যকুমাৰ ভূঞা।
৫/অসমত বিশ্ব স্বাস্থ্যকেন্দ্ৰ কোন ঠাইত আছে?
উত্তৰ:- চাবুৱাত আছে।
৬/অসমত সংস্কৃত মহাবিদ্যালয় কোন কেইখন ঠাইত আছে?
উত্তৰ:- গুৱাহাটী আৰু নলবাৰীত আছে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ