সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ অসমৰ প্ৰথম মহিলা IAS (আই. এ. এছ.) কোন আছিল?

উত্তৰ:- পাৰুল দাস।


২/অসমত কলা আৰু বোবা সকলৰ বাবে বিদ্যালয় কোন ঠাইত আছে?

উত্তৰ:- গুৱাহাটীৰ কাহিলীপাৰাত আছে।

৩/বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল?

উত্তৰ:- পুবেৰুণ।


৪/চামেলি মেমচাব কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল?

উত্তৰ:- ১৯৭৫ চনত।

৫/অসমৰ প্ৰথম কোনজন ব্যক্তিয়ে লণ্ডন বিশ্ববিদ্যালয়ত ডি লিৰ্ট উপাধি লাভ কৰিছিল?

উত্তৰ:- ড॰ সূৰ্যকুমাৰ ভূঞা।

৫/অসমত বিশ্ব স্বাস্থ্যকেন্দ্ৰ কোন ঠাইত আছে?

উত্তৰ:- চাবুৱাত আছে।


৬/অসমত সংস্কৃত মহাবিদ্যালয় কোন কেইখন ঠাইত আছে?

উত্তৰ:- গুৱাহাটী আৰু নলবাৰীত আছে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)