১৪ ডিচেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
১৪ ডিচেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-

১/ আজিৰ দিনটোতে ২০০৬  চনত ত বেন কী মুন ৰাষ্ট্ৰসংঘৰ সচিব ৰূপে নিৰ্বাচিত হয়৷

২/ আজিৰ দিনটোতে ১৯১২  চনত লোক-সঙ্গীতজ্ঞ, কবি, অসম গণনাট্য সঙ্ঘৰ প্ৰতিষ্ঠাপক সম্পাদক 
হেমাংগ বিশ্বাসৰ জন্ম হৈছিল।

৩/ আজিৰ দিনটোতে ১৯৩৪  চনত এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ জন্ম হৈছিল।

৪/আজিৰ দিনটোতে ১৯৩৬  অগ্নিকবি নামেৰে প্ৰখ্যাত অসমীয়া  কবি 
কমলাকান্ত ভট্টাচাৰ্য্য‎ৰ মৃত্যু হৈছিল।

৫/ আজিৰ দিনটোতে ২০২০ চনত বিহু সংস্কৃতিৰ গৱেষক আৰু লোকশিল্পী জয়কান্ত গন্ধীয়াৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)