স্তৱক••মোস্তাকিন শ্বেখ

@admin
0
সপোন সাৰ্থক ৰূপকাৰ দীপিকা বাইদেউ
প্ৰতিটো ক্ষণৰ ঘনঘোৰ গৰ্জন,
তেখেতৰ মাতত লুকাই আছে এটি
কোমলতাৰ আলোড়ন,
বহুতে দিয়ে শিক্ষাগুৰুতকৈয়ো
উপৰৰ আসন ।
 
   ◾মোস্তাকিন শ্বেখ (নিয়ৰ)
   নগাঁও, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)