সপ্তাহটোৰ কিছু জানিবলগীয়া ▪️ ▪️ ▪️ দৃলীনা দাস

@admin
0
💕 (১) Who has been awarded with Rotary Writing for Peace Award 2023 ? 
ৰটাৰী ৰাইটিং ফৰ পিচ ২০২৩ বঁটা কোনে লাভ কৰিছে ?
(ক) Sanjoy Hazarika / সঞ্জয় হাজৰিকা
(খ) Dipankar Bhattacharjee / দিপাংকৰ ভট্টাচার্জী

উত্তৰ👉👉 Sanjoy Hazarika / সঞ্জয় হাজৰিকা

💕 (২) Which king recently visited Assam to strengthening of the 
special relationship between two countries ?
দুখন দেশৰ বিশেষ সম্পর্ক সুদৃঢ় কৰিবলৈ শেহতীয়াকৈ কোনজন 
ৰজাই অসম ভ্ৰমণ কৰিছিল ? 
(ক) Jigme Khesar Namgyel Wangchuck /
 জিগমে খেছাৰ নামগিয়েল ৱাংচুক
(খ) Pope Francis / পোপ ফ্রান্সিছ

উত্তৰ👉👉 Jigme Khesar Namgyel  Wangchuck / 
জিগমে খেছাৰ নামগিয়েল ৱাংচুক

💕 (৩) Which of the following Assam's swimmer won Gold at 
37th National Games in 200m butterfly event ?
তলৰ কোনজন অসমৰ সাঁতোৰবিদে ২০০ মিটাৰ বাটাৰফ্লাই ইভেন্টত
 ৩৭ সংখ্যক ৰাষ্ট্ৰীয় খেলত স্বর্ণ লাভ কৰিছিল ?
(ক) Astha Choudhury / আস্থা চৌধুৰী
(খ) Rongila Daimary / ৰংগিলা দৈমাৰী

উত্তৰ👉👉 Astha Choudhury / আস্থা চৌধুৰী

💕 (৪) "Mera Houchongba" has been celebrated recently 
in which northeastern state ? 
শেহতীয়াকৈ কোনখন উত্তৰ-পূবৰ ৰাজ্যত "মেৰা হাউচংবা' 
উদযাপন কৰা হৈছে ?
(ক) Manipur / মণিপুৰ
(খ) Assam / অসম

উত্তৰ👉👉 Manipur / মণিপুৰ

💕 (৫) Indian Military is conducting the joint military exercise 
'Exercise KAZAND-2023' with which country ?
ভাৰতীয় সামৰিক বাহিনীয়ে কোনখন দেশৰ সৈতে যৌথ সামৰিক 
অনুশীলন 'Exercise KAZIND - 2023' চলাই আছে ?
(ক) Kazakhstan / কাজাখাস্তান
(খ) Russia / ৰাছিয়া

উত্তৰ👉👉 Kazakhstan / কাজাখাস্তান

💕 (৬) What is the eligibility criterion for individuals to use the
 home voting facility offered by the Election Commission of India ?
ভাৰতৰ নিৰ্বাচন আয়োগে আগবঢ়োৱা ঘৰুৱা ভোটদানৰ সুবিধা
 ব্যৱহাৰ কৰিবলৈ ব্যক্তিৰ যোগ্যতাৰ মাপকাঠী কি ?
(ক) Individuals aged 60 and above /
 ৬০ বছৰ আৰু তাতকৈ অধিক বয়সৰ ব্যক্তি
(খ) Senior citizens aged 80 and above and individuals with 
40 percent disabilities / ৮০ বছৰ আৰু তাতকৈ অধিক বয়সৰ 
জ্যেষ্ঠ নাগৰিক আৰু ৪০ শতাংশ বিশেষভাৱে সক্ষম ব্যক্তি

উত্তৰ👉👉 Senior citizens aged 80 and above and individuals 
with 40 percent disabilities / ৮০ বছৰ আৰু তাতকৈ অধিক 
বয়সৰ জ্যেষ্ঠ নাগৰিক আৰু ৪০ শতাংশ বিশেষভাৱে সক্ষম ব্যক্তি

💕 (৭) What is the significance of National Unity Day in India ?
ভাৰতত ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ তাৎপর্য কি ?
(ক) To celebrate Independence Day /
স্বাধীনতা দিৱস উদযাপন কৰিবলৈ
(খ) To commemorate Sardar Vallabhbhai Patel's birth 
anniversary / চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ স্মৃতিত

উত্তৰ👉👉 To commemorate Sardar Vallabhbhai Patel's birth 
anniversary / চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ স্মৃতিত

💕 (৮) What is the theme for Vigilance Awareness Week 2023 ? 
২০২৩ চনৰ ভিজিলেন্স সজাগতা সপ্তাহৰ বিষয়বস্তু কি ?
(ক) Say no to corruption; Commit to the Nation /
 দুর্নীতিৰ প্ৰতি না কওক; জাতিটোৰ প্ৰতি দায়বদ্ধ
(খ) Celebrating Transparency / স্বচ্ছতাক উদযাপন কৰা

উত্তৰ👉👉 Say no to corruption; Commit to the Nation /
 দুর্নীতিৰ প্ৰতি না কওক; জাতিটোৰ প্ৰতি দায়বদ্ধ

💕 (৯) What is the 'Golden Peacock' at IFFI awarded for ?
 আই এফ এফ আইত 'গোল্ডেন পিকক'ক কিহৰ বাবে বঁটা দিয়া হয় ?
(ক) Best Director / শ্রেষ্ঠ পৰিচালক
(খ) Best Film / শ্রেষ্ঠ ছবি

উত্তৰ👉👉 Best Film / শ্রেষ্ঠ ছবি

💕 (১০) What was the average daily number of road 
accidents in India in 2022 ? ২০২২ চনত ভাৰতত দৈনিক গড় 
পথ দুর্ঘটনাৰ সংখ্যা কিমান আছিল ?
(ক) 537 accidents per day / প্রতিদিনে ৫৩৭টা দুর্ঘটনা
(খ) 1,264 accidents per day / প্রতিদিনে ১,২৬৪ টা দুর্ঘটনা

উত্তৰ👉👉 1,264 accidents per day / প্রতিদিনে ১,২৬৪ টা দুর্ঘটনা
✔️ 'Road Accidents in India- 2022' report reveals alarming
 statistics : 19 deaths every hour in Road Accident
✔️ 4,61,312 road accidents, 168,491 fatalities,
 and 4,43,366 injuries.
✔️ On average, there were 1,264 accidents and 462 deaths 
every day, or 53 accidents and 19 deaths every hour in India in 2022.

💕 (১১) Which state reported the highest number of road accidents
 in 2022 ? ২০২২ চনত কোনখন ৰাজ্যত সর্বাধিক পথ দুর্ঘটনা সংঘটিত হৈছে ?
(ক) Uttar Pradesh / উত্তৰ প্ৰদেশ
(খ) Tamil Nadu / তামিলনাডু

উত্তৰ👉👉 Tamil Nadu / তামিলনাদু 
💕 (১২) Who is the bowler with the highest wicket taker in 
ODI World Cup history ? এদিনীয়া বিশ্বকাপৰ ইতিহাসত 
সর্বাধিক উইকেট লোৱা বলাৰ কোন ?
(ক) Mohammed Shami / মহম্মদ ছামী
(খ) Ravichandran Ashwin / ৰবিচন্দ্রন অশ্বিন

উত্তৰ👉👉 Mohammed Shami / মহম্মদ ছামী

💕 (১৩) Which country will host the FIFA Men's World Cup 2034 ? 
ফিফা পুৰুষৰ বিশ্বকাপ ২০৩৪ কোনখন দেশত আয়োজন কৰিব ?
(ক) Germany / জার্মানী
(খ) Saudi Arabia / চৌদি আৰব

উত্তৰ👉👉 Saudi Arabia / চৌদি আৰব

💕 (১৪) In which stadium of India was the statue of great cricket
 player Sachin Tendulkar unveiled ? ভাৰতৰ কোনখন 
ষ্টেডিয়ামত মহান ক্রিকেট খেলুৱৈ শচীন টেন্ডুলকাৰৰ প্ৰতিমূর্তি
 উন্মোচন কৰা হৈছিল ?
(ক) Arun Jaitley Stadium / অৰুণ জেটলী ষ্টেডিয়াম
(খ) Wankhede Stadium / ৱানখেড়ে ষ্টেডিয়াম

উত্তৰ👉👉 Wankhede Stadium / ৱানখেড়ে ষ্টেডিয়াম

💕 (১৫) Which country has recently given the facility to Indians 
to travel without visa ? শেহতীয়াকৈ কোনখন দেশে ভাৰতীয়ক
 ভিছা অবিহনে যাত্ৰা কৰাৰ সুবিধা দিছে ?
(ক) Thailand / থাইলেণ্ড 
(খ) Israel / ইজৰাইল

উত্তৰ👉👉 Thailand / থাইলেণ্ড
💕 (১৬) Who has been awarded the prestigious Ballon d'Or 
Award for the year 2023 ? ২০২৩ চনৰ বাবে কোনে লাভ 
কৰিছে সন্মানীয় বেলন ডি অৰ বঁটা ?
(ক) Lionel Messi / লিয়নেল মেছি
(খ) Erling Holland / এৰলিং হলণ্ড

উত্তৰ👉👉 Lionel Messi / লিয়নেল মেছি

💕 (১৭) Who has been appointed by State Bank of India as its 
new brand ambassador ? ভাৰতীয় ষ্টেট বেংকে কাক নতুন
 ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে ?
(ক) Mahendra Singh Dhoni / মহেন্দ্র সিং ধোনি
(খ) Rohit Sharma / ৰোহিত শর্মা

উত্তৰ👉👉 Mahendra Singh Dhoni / মহেন্দ্র সিং ধোনি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)