পৰ্যায় -হীৰক কলিতা

©Admin
0
মানুহবোৰ সলনি হয় এটা 
পৰ্যায়ৰ পৰা এটা পৰ্যায়লৈ
গৈ.......।
মানুহবোৰে পাহৰি যায় পুৰণি
পৰ্যায়ৰ কথা , মানুহবোৰ
গৌৰৱময় হৈ পৰে নতুন পৰ্যায়
পায়......।
মানুহবোৰ অহংকাৰী হয় , পাহৰি
যায় নিজস্ব মানৱীয়তা হেৰুৱাই 
পেলায় নিজৰ মৰ্যদা......।
মানুহবোৰ সলনি হয় এটা
পৰ্যায়ৰ পৰা এটা পৰ্যায়লৈ গৈ.....।

✍️ হীৰক কলিতা , নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)