কিযে মধুৰ আনন্দ ।
ৰাতিপুৱাৰ বুকুত মোৰ বুকুৰ উমে
মোক দি যায় ভালপোৱাৰ আনন্দ ।
জীৱনৰ নতুন অৰ্থ ।
মোৰ মন যায় পখিলা হৈ
এই পৃথিৱীৰ মধুৰ ৰং
মোৰ বুকুত সানিবলৈ।
শেৱালী ফুলৰ গোন্ধই
মোৰ হৃদয় চুই যায়।
অতীতৰ কথায়ে মোক
আজিও মনত পেলায়,
কি যে মধুৰ আনন্দ ,
কি যে মধুৰ আনন্দ ,
কি যে মধুৰ আনন্দ !
✍️ডেইজী দেৱী
অষ্টম শ্ৰেণী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ