উত্তৰ :- (ক) অবুজ বেদনা।
২/ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?
উত্তৰ - শৃংখল।
৩/নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?
উত্তৰ - শৈলধৰ ৰাজখোৱা।
৪/অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?
উত্তৰ -১৮৫০
৫/অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত?
উত্তৰ - গোৱালপাৰা।
৬/অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?
উত্তৰ - নলবাৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ