উত্তৰ :- (ক) অবুজ বেদনা।

২/ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?

উত্তৰ - শৃংখল।

৩/নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?

উত্তৰ - শৈলধৰ ৰাজখোৱা।

৪/অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

উত্তৰ -১৮৫০

৫/অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত?

উত্তৰ - গোৱালপাৰা।

৬/অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?

উত্তৰ - নলবাৰী।