৮ ডিচেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
৮ ডিচেম্বৰ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪২তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ২০২১ চনত ভাৰতীয় সেনাৰ ইতিহাসত সৰ্ববৃহৎ বিমান দুৰ্ঘটনা। সৰ্বাধিনায়ক বিপিন ৰাৱাটসহ ১২জনৰ অপঘাত মৃত্যু। নিহতৰ মাজত ৰাৱাটৰ পত্নী মধুলিকা, ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেঃ কৰ্ণেল হৰজিন্দৰ সিং। প্ৰাণৰক্ষা পৰা গ্ৰুপ কেপ্টেইন বৰুণ সিং ৱেলিংটনক সংকটজনক অৱস্থাত চিকিৎসাধীন। ইয়াৰ পূৰ্বেও ২০১৫ চনত ডিমাপুৰৰ ৰঙা পাহাৰত বিমান দুৰ্ঘটনা হৈ কথমপি প্ৰাণৰক্ষা পৰিছিল ৰাৱাটৰ।
২/ আজিৰ দিনটোতে ১৯০০ চনত ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু অভিনেতা উদয় শংকৰৰ জন্ম হৈছিল।
৩/আজিৰ দিনটোতে ১৯৭১ চনত ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ গীতা গোপীনাথৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ২০০২ চনত আন্তৰ্জাতিক এথ্লীট্। অসমৰ ক্ৰীড়া জগতৰ এক উজ্জ্বল তাৰকা জুনুমণি শইকীয়াৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)