অণুগল্প▪️ হাবিৰ বতাহ🔺বন্দিতা কাকতি

@admin
0
সেইদিনা বিহুৰ উৰুকা মণিকাৰ ভায়েক বিতোপনে হিন্দী গান শুনি শুনি আপোন পাহৰা হৈ আছে।‌মণিকাৰ হঠাতে খং উঠি গ'ল।বিতোপনক জোৰকৈ এটা চৰ মাৰি দিলে আৰু ক'লে,তঁহতে অসমীয়া সংস্কৃতি একেবাৰে পাহৰিলি এলাগী কৰিলি। হাবিৰ বতাহ, বনৰীয়া ফুল বোৰক নিজৰ কৰি ললি এয়াই অসমীয়া।

◾বন্দিতা কাকতি
ৰঙামাটি(বিজয়নগৰ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)