৩১ ডিচেম্বৰ -আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

©Admin
0
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১)  ১৭৮১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম বেংক "বেংক  অফ নৰ্থ আমেৰিকা' খোলা হৈছে।
(২) ১৯৪৪ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধত, হাংগেৰীয়ে জাৰ্মানী বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
(৩) ১৯৪৯ চনৰ আজিৰ দিনটোতে বিশ্বৰ ১৮ খন দেশে ইণ্ডোনেছিয়াক স্বীকৃতি প্ৰদান কৰিছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৯৮৪ চনৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়  ।
(২) ১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয়  ক্ৰিকেট দলৰ এগৰাকী অধিনায়ক  মহম্মদ আজাহাৰউদ্দিন ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচ খেলি আন্তৰ্জাতিক ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰে ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)