বিভিন্ন দেশৰ মুদ্ৰা আৰু ইয়াৰ পৰিচয় - মধুমিতা গগৈ

©Admin
0
১) বাংলাদেশত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায় ? 
উত্তৰ: টাকা ।
২) জাৰ্মানীত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায় ?
উত্তৰ: ডাচ মাৰ্ক ।
৩) কলম্বিয়াত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায় ? 
উত্তৰ: পেছো ।
৪) ইৰানত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায় ? 
উত্তৰ: ৰিয়েল ।
৫) ঠাইলেণ্ডত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায়?
উত্তৰ: বাইট ।
৬) ৰোমানিয়াত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায় ?
উত্তৰ: লিও ।
৭) ইণ্ডোনেছিয়াত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায় ?
উত্তৰ: ৰুপিয়া ।
৮) নৰৱেত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায় ? 
উত্তৰ : ক্ৰোন ।
৯) ভেটিকান চিটিত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায় ?
উত্তৰ: লিৰা । 
১০) চীনত প্ৰচলিত মুদ্ৰাক কি বুলি জনা যায় ? 
উত্তৰ: যুৱান ।

 ✍️মধুমিতা গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)