শংকৰ গুৰু▪️▪️শিল্পী দাস

Rinku Rajowar
0
গুৰুৰো গুৰু সকলোৰে গুৰু,
শংকৰ গুৰু তুমি।
এই বিশ্বব্যাপী জগতত
তুমিয়েই বিৰাজমান,
তুমিয়েই অমৰ,
তুমিয়েই সৃষ্টিৰ ভাণ্ডাৰ।
অসমীয়াৰ প্ৰতিটো শব্দত 
তুমিয়েই আছা জিলিকি,
তোমাতে বিলীন জগত সংসাৰ
শংকৰ গুৰুৰ এই পৃথিৱী।
শংকৰ গুৰু তুমি,
অসমৰ অসমীয়াৰ প্ৰাণ।

          ✍️শিল্পী দাস(প্ৰিয়)
   ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)