মাকৰ চকুত চকুপানী,সৰু ছোৱালী তাই,সহ্য নহয় আনে দিয়া আঘাতৰ চকুপানী। লাহেকৈ কোমল অকণি অকণি হাতদুখনিৰে মাকৰ দুগালেৰে বৈ অহা চকুপানী খিনি মছি দি ক'লে,"একো নহয় দিয়া মা,দুখ নকৰিবা। তোমাৰ দৰে হ'ব নোৱাৰে বাবে জ্বলন হৈ আঘাত দিছে।" ছোৱালী জনীৰ বুজনিত তাইৰ মনটো শান্ত হৈ পৰিল আৰু হঠাতে মুখেৰে ওলাই আহিল,"এৰা হয় দিয়া ,এয়া একপ্ৰকাৰৰ হিংসাৰেই জ্বলন।"
(সমাপ্ত)
▪️বন্দনা চৌধুৰী।
গুৱাহাটী(শিলপুখুৰী)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ