৬ ডিচেম্বৰ ••ইতিহাসত আজিৰ দিনটো

©Admin
0
৬ ডিচেম্বৰ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪০তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৮৯৭ চনত লণ্ডন চহৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত টেক্সিকেব সেৱা প্ৰদান কৰা বিশ্বৰ প্ৰথমখন চহৰ হিচাপে পৰিগণিত হয়।
২/ আজিৰ দিনটোতে ১৮৯৬ চনত  অসমৰ সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ জন্ম হৈছিল।
৩/আজিৰ দিনটোতে ১৯৩৬  চনত  ভাৰতীয় অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক 
সাৱিত্ৰী গনেশানৰ জন্ম
 হৈছিল।
৪/আজিৰ দিনটোতে ১৯৯৭ চনত পঞ্জাবী কণ্ঠশিল্পী জগমোহন কৌৰৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)