আজি তাইৰ ছোৱালী জনীৰ বিয়া, ঘৰটোত এক উদূলি মুদূলি পৰিবেশ ,ব্যস্ততাৰ সীমা নাই ।কিন্তু কামৰ মাজতে তাইৰ চকুযুৰি দেৱালত আৱদ্ধ ফটোখনত সন্নিৱিষ্ট হৈ মুহূৰ্ততে থমকি ৰ'ল।
গিৰিয়েকৰ মাতষাৰ শুনি সম্বিত ঘুৰি আহিল ।
তাই আচঁলেৰে চকুৰ পানী খিনি মচি লয় ।
সি থকা হেতেন সকলো খিনি কামৰ দায়িত্ব-------
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ