নিয়ৰ•অনুপম শৰ্মা

Rinku Rajowar
0
নিয়ৰ হোৱা তুমি 
       প্ৰেমৰ  বৰষুণ হোৱা তুমি 
 জোনাকৰ পৰী হোৱা  
        চগা হৈ  জীৱনলৈ নাহিবা।

যদি কেতিয়াবা বিষাদ আহে
       তুমি আবেগিক নহ'বা
আজিৰ চিনাকী তুমি,
      কাইলৈ অচিনাকীৰ  
             অভিনয় নকৰিবা ।
           
✍️অনুপম  শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)