গাঁথনি -মনস্বিনী শৰ্মা

©Admin
0
"ঐ ৰজত,কি ৰৈ আছ'? ইটা চপৰা দে।" - মিস্ত্ৰীৰ আদেশমূলক কথাষাৰ শুনি যোগালি ৰজতে মনতে আলচ কৰিলে এইবাৰ কেৰাণী চাকৰিটো যেনেতেনে হ'লেই তাৰ পানী পৰা জুপুৰী ঘৰটো পকী  ইটাৰে গাঁথিব লাগিব। জীৱনৰ গাঁথনি সজাবলৈ কৰি থকা সংগ্ৰামৰ চেঁপাত জুপুৰী ঘৰটোৱেও ইতিমধ্যে কুচ্যিৎ হাঁহি মাৰিবলৈ ল'লে।

                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)