Home চাদ্দাম হুছেইন অভাগী আত্মাৰ কথা - চাদ্দাম হুছেইন অভাগী আত্মাৰ কথা - চাদ্দাম হুছেইন person©Admin December 31, 2023 0 share আকৌ সেই অভাগী দিন বৰ আগ্ৰহেৰে আহিলেহি কাক ক’ম .. কোন আছে যি আছিল আছিল হে এতিয়া? অচিন দিশেৰে বলা বতাহে উৰুৱাই নিলেহি কাঢ়ি, এতিয়া বুকুত বাস মোৰ কবিতাৰ , কিমান দিনলৈ নাজানো! হয়তো!! ✍️চাদ্দাম হুছেইন Tags কবিতাচাদ্দাম হুছেইন Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ