অসমৰ জৈৱ বৈচিত্ৰ্য ➡️ দৃলীনা দাস

@admin
0
ৰামছাৰ ছাইট (১):-

🔵দীপৰ বিল (কামৰূপ মহানগৰ)


বিশ্ব ঐতিহ্য ক্ষেত্ৰ (২):-

🟢মানস ৰাষ্ট্ৰীয় উদ্যান (১৯৮৫)
🔵কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (১৯৮৫)


বায়'স্ফিয়াৰ ৰিজাৰ্ভ (২):-

🟢মানস ৰাষ্ট্ৰীয় উদ্যান
(১৪ মাৰ্চ, ১৯৮৯)
🔵 ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (২৮ জুলাই, ১৯৯১)


প্ৰকল্প বাঘ/ বাঘ সংৰক্ষিত বনাঞ্চল (৪):-

🟢 মানস ৰাষ্ট্ৰীয় উদ্যান (১৯৭৩)
🔵নামেৰী ৰাষ্ট্ৰীয় উদ্যান (২০০১)
⚫️কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (২০০৭)
🟠ওৰাং ৰাষ্ট্ৰীয় উদ্যান (২০১৫)

   
হাতী সংৰক্ষিত বনাঞ্চল (৫):-

🟢শোণিতপুৰ হাতী সংৰক্ষিত বনাঞ্চল
⚫️ দিহিং-পাটকাই হাতী সংৰক্ষিত বনাঞ্চল
🟣 কাজিৰঙা - কাৰ্বি আংলং হাতী সংৰক্ষিত বনাঞ্চল
🟠 ধনশিৰি-লুংডিং হাতী সংৰক্ষিত বনাঞ্চল
🟤 চিৰাং-ৰিপু হাতী সংৰক্ষিত বনাঞ্চল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)