জীৱনৰ সাধুকথাবোৰ▪️চাদ্দাম হুছেইন

Rinku Rajowar
0
"অৰ্ধ আলোর তীরে 
কার সন্ধান পেতে চাওঁ"

সংকুচিত দেহৰ
মিমাংসিত কাহিনী

যুগ যুগ বৈ অহা
বিধৱা ৰমণীৰ
বুকুত বাৰু কাৰ ছায়া?

হেৰুৱাৰ ভয়?
নাথাকিবা ৰৈ।
আকৌ শুনিব পাবা
বাউলৰ বিননি 
তোমাৰ মাঝিৰ
"ও মন তর সাথে
খেলা করে দিন রাতে 
তবো তুই বজিঝনা কেন?"

মাথোঁ
বৈ যোৱা 
মোলৈয়ো নাচাবা ঘূৰি
যোৱাগৈ
যোৱা।


◾চাদ্দাম হুছেইন
ঠিকনা - আৰিমত্ত বিদ্যাপীঠ হাইস্কুল, ৰঙিয়া 
দূৰভাষ - ৯০৮৫৯৮৩৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)