তাত আসন পোৱা মূৰ্খ নেতাৰ সৌভাগ্য
জনতাৰ সপোনলৈ
নেতা যায় জনতা ভৱনলৈ।
মোনা ভৰাই আয়োজন।পূৰ্ণ কৰিব জনতাৰ সপোন
নেতাই পূৰ্ণ কৰে নিজৰ সপোন।
তাতে ৰৈ থাকে কিছু বেপাৰী
য'ত ক্ৰয়, বিক্ৰয় হয় জনতাৰ আশা আকাংক্ষাৰ।
কিমানক দেখিছোঁ। নিজৰ ধূতি খুলি
চাফা কৰে ওপৰ-মহলাৰ ভৰি।
তাত সুলভ মূল্যত উপলব্ধ
ধৰ্ম নামৰ এক বিশেষ আফিং।
যাৰ ব্যৱহাৰে সুৰক্ষিত কৰে জনতা ভৱনৰ আসন
ধ্বংস কৰে জনতাৰ ভৱিষ্যত।
জনতা ভৱন
কিছু অপ্ৰাসংগিক কথা-বতৰা।
🖊️ ময়েজ উদ্দিন আহমেদ
জালুকবাৰী,গুৱাহাটী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ