প্রেম-দানিয়েল ওৰাং

Rinku Rajowar
0
প্রেম শব্দটো  মাথো এক জীৱন নহয়
   ই   অক্সিজেনৰ দৰে .......  
যিদৰে ,অক্সিজেন কমিলে জানো 
উশাহ চুটি হৈ আহে যেন লাগে 
          ঠিক একেদৰে ,প্ৰেম কমিলে আমাৰ হৃদয়ৰ  ঢপঢপনিৰ
                সম্পর্কবোৰ চুটি হৈ যোৱা যেন লাগে ....
ঠিক একেদৰে দূৰত্বই কেতিয়াও সম্পৰ্ক এটা 
শেষ নকৰে......
একেদৰে সময়েও কেতিয়াও সম্পৰ্ক 
এটা সৃষ্টি কৰিব নোৱাৰে.... 
মাথোঁ ,মনৰ অনুভূতিৰ প্রয়োজন। 
                মনৰ অনুভূতি ঠিক থাকিলে 
                এটা সম্পৰ্ক চিৰদিন ভালে থাকে...... 
এজন মানুহৰ জ্ঞানৰ পৰিচয় দিয়ে,
তেওঁৰ কথাত........ 
যোগ্যতাৰ পৰিচয় দিয়ে ,
তেওঁৰ কর্মত.......
পৰিয়ালৰ পৰিচয় দিয়ে, 
তেওঁৰ ব্যৱহাৰত !
              সমস্যাৰ সাগৰত পৰি গ'লে আতংকিত হৈ 
               নুঠিব....... 
               ভগৱানৰ ওচৰত আস্থা 
                ৰাখিবা........
 হয়, তোমাক তেওঁ পাৰলৈ চপাই নিব
                          নতুবা 
       সাতুৰিবলৈ শিকাব.....! 
যেতিয়া তুমি আনৰ ভাল চিন্তা 
কৰিবা.....
তেতিয়া ,আনেও তোমাৰ ভাল চিন্তা 
কৰিব.......।।  
                       ✍️দানিয়েল ওৰাং
                        ডিব্ৰুগড় জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)