১৯ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৯ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৯০১ চনত ৰাণী ভিক্টোৰিয়া, যুক্তৰাজ্যৰ ৰাণী পক্ষাঘাতত আক্ৰান্ত। তেখেত তিনিদিন পিছত ৮১ বছৰ বয়সত মৃত্যু হয়।
২/ আজিৰ দিনটোতে ১৯৬৮ চনত অমৰ পাঠক পৰিচালিত ‘‘সংগ্ৰাম’’ নামৰ কথাছবিখনে মুক্তি পাইছিলে।
৩/ আজিৰ দিনটোতে ১৭৩৬ চনত স্কটিছ-ইংৰাজ ৰসায়নবিদ আৰু অভিযন্তা জে’মচ্ ৱাটৰ জন্ম হৈছিল।
৪/আজিৰ দিনটোতে ১৫৯৭ চনত মেৱাৰৰ ৰজা মহাৰাণা প্ৰতাপৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ১৮৮৯ চনত অসমৰ সংস্কৃত ভাষাৰ পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ