উত্তৰ -২৪ ফেব্ৰুৱাৰী।
২/ মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি?
উত্তৰ - কৌবাং।
৩/বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন?
উত্তৰ -চীন।
৪/গোৱালপাৰাত হুদুম পূজা কিহৰ বাবে পতা হয়?
উত্তৰ - কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে।
৫/আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি?
উত্তৰ - ডাবলিন।
৬/দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে কিমান চনত স্বীকৃতি দিয়া হয়?
উত্তৰ -১৯৩১ চনত।
৭/মহীশূৰৰ নতুন নাম কি?
উত্তৰ - কৰ্ণাটক।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ