আন্ধাৰত-চাদ্দাম হুছেইন

©Admin
0
          এদিন মই
          এদিন তুমি
          আৰু এদিন নিতাল !

          মইজন মোৰ বাবে জীৱন্ত
          তুমি তোমাৰ সান্নিধ্যত।

          অফুৰন্ত হেঁপাহ
          বিজুলী বাতিৰ বেশেৰে
          হঠাৎ…

          ঘোপমৰা আন্ধাৰত 
          উষ্ম আদৰণিৰ
          এটা চিঞৰ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)