২৬ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬তম দিন। বছৰ শেষ হ'বলৈ ৩৩৯ দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৫০০ চনত ভিচেণ্টে য়ানেজ পিঞ্জনৰ ব্ৰাজিললৈ যোৱা প্ৰথমজন ইউৰোপীয় ব্যক্তিৰ খ্যাতি লাভ।
২/ আজিৰ দিনটোতে ১৫৩১ চনত লিস্বন, পৰ্টুগেলত হোৱা ভূমিকম্পত হাজাৰ হাজৰ লোকৰ মৃত্যু হয়।
৩/ আজিৰ দিনটোতে ১৫৬৪ - কাউঞ্চিল অৱ ট্ৰেণ্টে ৰ'মান কেথলিকত্ব আৰু প্ৰটেষ্টেণ্টসমূহৰ মাজৰ ভেদ স্পষ্ট কৰে।
৪/ আজিৰ দিনটোতে ১৯১৫ চনত ভাৰতীয় স্বাধীনতা অন্দোলনৰ সেনানী ৰাণী গাইডিনলিউৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৫৬ চনত প্ৰাক্তন ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেটাৰ ডায়েনা এডুলজিৰ জন্ম হৈছিল।
৬/আজিৰ দিনটোতে ১৮২৩ চংনত ৰাজ চিকিৎসক আৰু বিজ্ঞানী এডৱাৰ্ড জেনাৰৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ