Home চাদ্দাম হুছেইন তুমি জানো খবৰ ৰাখিছা-চাদ্দাম হুছেইন তুমি জানো খবৰ ৰাখিছা-চাদ্দাম হুছেইন person@admin January 13, 2024 0 share কুঁৱলীবোৰ বুটলিবলৈ গৈ কিমান দিনে ঘূৰি আহিলোঁ তোমাৰ চোতালৰ পৰা… তুমি জানো খবৰ ৰাখিছা ? মই চাই আছোঁ তোমাক অত দিনে এই আকাশৰ পৰা মেঘৰ আঁৰৰ পৰা তুমি জানো খবৰ ৰাখিছা ? Tags কবিতাচাদ্দাম হুছেইন Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ