আজিৰ দিনটোৰ বিশেষত্ব- ১৫ জানুৱাৰী

©Admin
0
১৫ জানুৱাৰী (ইংৰাজী: 15 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫০টা দিন (অধিবৰ্ষত ৩৫১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী---
১৫৫৯- এলিজাবেথ প্ৰথমক ইংলেণ্ডৰ ৰাণী ঘোষণা কৰা হয়।
১৮৮৯ - আটলাণ্টাত ক'কা-ক'লা কোম্পানী (তেতিয়া পেম্বাৰ্টন মেডিচিন কোম্পানী নামেৰে জনাজাত) আৰম্ভ কৰা হয়।
২০০১ - ৱিকিপিডিয়াৰ আৰম্ভণি।
জন্ম-------
১৯১৯ - চৈয়দ আব্দুল মালিক, অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি‌।
১৯২৬ - কে. ডি. যাদৱ, ভাৰতীয় খেলুৱৈ।
১৯২৯ - মাৰ্টিন লুথাৰ কিং জুনিয়ৰ, আমেৰিকাৰ ৫০ আৰু ৬০ দশকৰ অসামৰিক অধিকাৰ আন্দোলনৰ নেতা।
১৯৩৮ - চুনী গোস্বামী, ভাৰতীয় ক্ৰিকেটাৰ আৰু ফুটবল খেলুৱৈ।
১৯৬৭ - ভানুপ্ৰিয়া, ভাৰতীয় অভিনেত্ৰী।
১৯৭৫ - মেৰী পিয়াৰ্ছ, ফ্ৰান্সৰ মহিলা টেনিছ খেলুৱৈ।
মৃত্যু------
১৯৯৮ - গুলজাৰিলাল নন্দা, ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ।
২০১২ - হোমাই ভ্যাৰাৱালা, ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক।
দিৱস------
সেনা দিৱস (ভাৰত)।
শিক্ষক দিৱস (ভেনেজুৱেলা)।

সংগ্ৰাহক :দীপ্তি কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)