দৈনিক সাধাৰণ জ্ঞান আৰু কুইজ

©Admin
0
▶️ভাৰতৰ ৰাষ্ট্ৰপতি- দ্ৰৌপদী মুৰ্মু 
▶️ভাৰতৰ উপ-ৰাষ্ট্ৰপতি - জগদীপ ধনখৰ 
▶️ভাৰতৰ প্ৰধানমন্ত্ৰী - নৰেন্দ্ৰ মোদী 
▶️ন্যায়াধীশ - দি ৱাই চন্দ্ৰচুড়া
▶️লোকসভাৰ অধ্যক্ষ- ওম বীৰলা 
▶️গৃহ মন্ত্ৰী - অমিত শ্বাহ 
▶️প্ৰতিৰক্ষা মন্ত্ৰী- ৰাজনাথ সিং 
▶️বিত্ত মন্ত্ৰী- নিৰ্মলা সীতাৰমন 
▶️স্বাস্থ্য মন্ত্ৰী - মনছুখ মাণ্ডাবিয়া 
▶️ৰেল মন্ত্ৰী-আশ্বৱিনী বৈষ্ণৱ 
▶️শিক্ষা মন্ত্ৰী- ধৰ্মেন্দ্ৰ প্ৰধান 
▶️বৈদেশিক পৰিক্ৰমা মন্ত্ৰী- সুব্ৰমন্যম জয়শংকৰ 
▶️আৰ বি আইৰ ৰাজ্যপাল - শক্তিকান্ত দাস 
▶️ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা-অজিত ডোভাল 
▶️এটৰ্নী জেনেৰেল -আৰ ভেংকটাৰমণি 
▶️কেবিনেট সম্পাদক - ৰাজীৱ গৌবা 
▶️UPSC ৰ অধ্যক্ষ - মনোজ ছোনী 
▶️মুখ্য নিৰ্বাচন আয়ুক্ত- ৰাজীৱ কুমাৰ 
▶️সেনা প্ৰধান - জেনেৰেল মনোজ পাণ্ডে 
▶️বিমান কৰ্মচাৰীৰ মুৰব্বী - এচিএম বিবেক ৰাম চৌধুৰী 
▶️নৌসেনাৰ মুৰব্বী- এডমিৰেল আৰ হৰি কুমাৰ

সংগ্ৰাহক :দীপ্তি কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)