অস্তৰাগ-ফাৰুকুদ্দিন আহমেদ

©Admin
0
মা! আমাৰ এখেতক দেউতাৰ চিকিৎসাৰ বাবে দুপইচা সোধোতে কʼলে ভিনদেৱে কিবা দিলেহে হেনো তেওঁ দিব-- আৰু ভিনদেৱে যিমান দিব তেৱোঁ সিমানে দিব-- এতিয়া কি কৰোঁ একো ভাবি পোৱা নাই-- বাইদেৱেও ভিনদেউক এইখন ঘৰলৈ আনিব নোৱাৰাই হʼল--না তাইক ভিনদেৱে আহিব দিয়ে ইয়ালে।’
   সুমিতাই মাকক কথাখিনি নিৰুপাই হৈ সুব দুখেৰে জনালে-- আৰুনো তাই কৰিবই বা কি পাৰে।
    ‘এৰা মাজনী। তুমিও আমাৰ দৰে ভুল নকৰিবা। মেঘালী ডাঙৰ হʼলে নিজৰ ভৰিত থিয় দিব পৰাকৈ উপযুক্ত কৰিহে বিয়া দিয়াৰ কথা ভাবিবা।’

✍🏻 ফাৰুকুদ্দিন আহমেদ
বাইহাটা চাৰিআলি, কামৰূপ(গ্ৰাম্য)
ভ্ৰাম্যভাষঃ ৮৮২২০২৪৪৮২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)