১১ জানুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0

১১ জানুৱাৰী  দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৪ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা  হ'ল - 

১/ আজিৰ দিনটোতে ১৬৯৩ চনত ইটালীৰ ছিচিলীত মাউণ্ট এটনা অগ্নেয়গিড়ীৰ বিস্ফোৰণ ।

২/ আজিৰ দিনটোতে ১৮৭৯ চনত দক্ষিণ আফ্ৰিকাত এংলো-জুলু যুদ্ধৰ সূত্ৰপাত ।

৩/ আজিৰ দিনটোতে ১৮৪২  চনত আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ উইলিয়াম জেম্‌ছৰ জন্ম হৈছিল।

৪/আজিৰ দিনটোতে ১৯৫৪ চনত শান্তিৰ ন'বেল বঁটা বিজয়ী ভাৰতীয় শিশু অধিকাৰ কৰ্মী কৈলাস সত্যাৰ্থীৰ জন্ম হৈছিল।

৫/ আজিৰ দিনটোতে ২০০৮ চনত বিশ্বৰ সৰ্ব্বোশ্ব শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰা পৃথিৱীৰ প্ৰথম দুজন ব্যক্তিৰ ভিতৰত অন্যতম এডমাণ্ড হিলাৰীৰ মৃত্যু হৈছিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)