দৈনিক সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

©Admin
0
১/ কোন বছৰত অসমত প্ৰথম ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল?
উত্তৰ -১৯৪৮ চনত।
২/অসমৰ পৰা আই লীগত খেলা একমাত্ৰ ফুটবল ক্লাব কোনটো?
উত্তৰ -আইজল এফ চি।
৩/ কোন চনত অসম অসম ৰাইফল ফুটবল ক্লাব গঠন হৈছিল?
উত্তৰ -১৯৩৯ চনত।
৪/ৰাষ্ট্ৰীয় গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া কোন?
উত্তৰ - দিলীপ সিং।
৫/ অসমৰ একমাত্ৰ ক্ৰিকেট ষ্টেডিয়াম কোনখন? যত আন্তজাৰ্তিক খেল আয়োজন কৰা হৈছিল?
উত্তৰ - বৰছাপাৰা ক্ৰিকেট ষ্টেডিয়াম, গুৱাহাটী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)