Home জোনমনি বৰা চৰিত্ৰ-জোনমনি বৰা চৰিত্ৰ-জোনমনি বৰা person©Admin January 11, 2024 0 share “তই মানে ডাঙৰৰ কথা নুশুন! খুৰাই মাতিছে কিবা পঢ়াৰ কথা সুধিবলে; যোৱা নাই কিয়?” “মই নাযাওঁ মা! দেউতা নোহোৱাৰ অজুহাততে ঘৰলৈ অহা সমন্ধ নামৰ কলংকৰ ওচৰলৈ৷ তেওঁ পঢ়োৱাৰ চলেৰে বগোৱা বাই ফুৰা হাত খনেৰে দিয়া শিক্ষা মোক নালাগে। Tags অণুগল্পজোনমনি বৰা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ