ডাৱৰ•ৰাণু ৰাজবংশী

Rinku Rajowar
0
তুমি যেতিয়া যোৱা
কান্দিলো নিৰৱে
সেমেকি উঠিল মোৰ 
মেঘালি চকুযুৰি
ক'ত যে কান্দিলো
নিৰৱে নিৰৱে
অকলে অকলে
বৈ আহিল 
বেদনাৰ অশ্ৰু
জ্বলি থকা শলিতা
গছিৰ দৰে ...... 
                            
◾ৰাণু ৰাজবংশী।
নলবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)