ৰূপান্তৰ যাৰ মূলমন্ত্ৰ-সঞ্জীৱ চৰকাৰ

©Admin
0
নীল সমুদ্ৰৰ অতলতা 
হিমালয় পৰ্বতৰ বিশালতা 
তোমাৰ গুণ,জ্ঞান
সৃষ্টি তোমাৰ কৰ্ম
নহয় কোনো তুলনা..!

অসমীয়া চলচ্চিত্ৰ জগতৰ জন্মদাতা 
অবৰ্ণনীয়,সীমাহীন অৱদান
সাহিত্য জগততো 
কবি,গীতিকাৰ,নাট্যকাৰ,চিত্ৰকাৰ.....
অসমীয়াৰ পৃষ্ঠডণ্ড
ৰূপান্তৰ যাৰ মূল মন্ত্ৰ..!

আমাৰ অসমীয়াৰ স্বভিমান 
শূন্য যাৰ অহংকাৰ 
তোমাৰ কৰ্ম,নিষ্ঠা 
বিশ্ব জগতৰ প্ৰেৰণা 
প্ৰতিটো প্ৰাণত আছা হৈ প্ৰাণোচ্ছল
আৰু থাকিবা সদা..!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)